বেংগালুৰুত ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত যুৱকক নিৰ্মম অত্যাচাৰ, চাওক VIDEO

অসমOctober 17, 2019, 12:42 IST

ছিকিউৰিটী এজেন্সীৰ মালিকে অত্যাচাৰ চলালে ছিকিউৰিটী গাৰ্ডক। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। ছেলিম খান নামৰ লোকজনে নিৰ্যাতন চলোৱাৰ অভিযোগ। ছেলিমৰ ঘৰ কৰিমগঞ্জত বুলি জানিব পৰা গৈছে। NEWS18 অসমে ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ৰ সত্যতা নিৰোপণ নকৰে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি