ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল আৰ টি আই কৰ্মী দুলাল বৰা

অসমDecember 07, 2019, 10:43 IST

কামৰূপৰ যান-বাহন পৰিদৰ্শক (MVI) নাইমুদ্দিন আহমেদে দুলাল বৰাৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ আনি হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছিল। আহমেদে এজাহাৰত অনা অভিযোগ মতে আৰ টি আই কৰ্মী বৰাই তেওঁক ৫ লাখ টকা দাবী কৰিছিল। এই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি