ডিগবৈত শিক্ষাৰ্থীক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

অসমJune 02, 2019, 09:13 IST

ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকলক অশালীন মন্তব্য কৰাৰ অভিযোগ চন্দন দাসৰ বিৰুদ্ধে। অভিযুক্ত শিক্ষকজনক অব্যাহতি দিয়াৰ দাবীত শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি