যোৰহাটত যান–বাহন আইন ভংগ কৰি বিপদত আৰক্ষী বিষয়া, চাওক VIDEO

অসম8:13 AM IST Oct 16, 2019

যোৰহাটত যান–বাহন আইন ভংগ কৰাৰ অভিযোগত গোচৰ ৰুজু হ’ল এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে। হেলমেট আৰু লাইচেঞ্চ নথকাকৈ বাইক চলোৱা আৰক্ষী বিষয়াজনক বিহা হ’ল ৬০০০ টকাৰ জৰিমনা।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading