প্ৰফুল্ল মহন্ত সক্ৰিয় নহ’লেও একো ক্ষতি নহয়ঃ ফণীভূষণ চৌধুৰী

অসমApril 16, 2019, 17:50 IST

প্ৰফুল্ল কুমাৰ মহন্ত দলত সক্ৰিয় হৈ নাথাকিলেও দলৰ কোনো ক্ষতি নহয় বুলি বজালীৰ পাটাছাৰকুছিত এই মন্তব্য কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

Dulu Medhi | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি