দুই সন্তানক সাবটি ঘৰৰ মূধচত এজন লোক, বানৰ মাজত ভয়ংকৰ দৃশ্য

অসম11:44 AM IST Jul 12, 2019

চাৰিওফালে কেৱল পানী আৰু পানী। ঘৰৰ মূধচত দুই সন্তানক সাবটি সহায়ৰ আশাত এজন লোক। পিছত স্থানীয় লোকে নাৱেৰে গৈ উদ্ধাৰ কৰে তিনিওকে।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি