এওঁ হেনো কলেজৰ ছাৰ! ৮০ টকীয়া চকলেট চুৰি কৰি ধৰা পৰিল CCTVত

অসম4:24 PM IST Jul 22, 2019

এই ঘটনা মহানগৰীৰ জু–ৰোডৰ ৰিপ’জৰ। চকলেট চুৰি কৰাৰ কথা CCTVত দেখি লগে লগে কৰ্মচাৰীয়ে কৰায়ত্ত কৰে লোকজনক। ৰিপ’জৰ কৰ্মচাৰীৰ আগত নিজকে প্ৰবক্তা বুলি পৰিচয় দিয়ে লোকজনে।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি