কনড’ম, মালা-ডি ফ্ৰী কৰি দিয়ক - জন্ম নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ ৰূপজ্যোতিৰ

অসম5:14 PM IST Oct 29, 2019

জনসংখ্যা নীতিক লৈ বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে কাকো দোষ দি লাভ নাই।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি