মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

বিদ্যুতৰ মাছুল পৰিশোধৰ বাবে চৰকাৰী কাৰ্যালয়ক এমাহৰ ডেডলাইন শক্তিমন্ত্ৰীৰ

অসম6:13 PM IST Jul 2, 2021

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ অনাদায় ৩৫ লাখ টকা। বিভাগৰ কঠোৰ পদক্ষেপৰ বাবে জুন মাহত অভিলেখ সংখ্যক ৪০৮ কোটি টকাৰ মাছুল গ্ৰহণ কৰিবলৈ সক্ষম হ'ল বিদ্যুৎ বিভাগ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি