‘ম’বাইল ইণ্টাৰনেট নুখুলিলে ৰাজপথত সকলো গাড়ী থৈ দিম’–অ’লা-উবেৰৰ চালকৰ খং

অসমDecember 17, 2019, 13:54 IST

আমাৰ ব্যৱসায় এপ বেচড ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়। যদিহে চৰকাৰে আমাৰ কথা চিন্তা নকৰে তেনেহ’লে আমি কঠোৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ম।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি