১০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ NRCৰ দুই কৰ্মচাৰী

অসম12:44 PM IST Jun 13, 2019

NRCত নাম অন্তৰ্ভুক্তিৰ নামত বিচাৰিছিল উৎ‍‍কোচ। ধৃত সহঃ স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চৈয়দ চাহজাহানো। 

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading