মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

সুৰাৰ চাহিদা থকা বাবেই যুৱসমাজক মদৰ দোকান খুলিবলৈ অনুমতি দিব নোৱাৰিঃ বাবুল বৰা

অসম11:12 AM IST May 27, 2019

কিন্তু নিবনুৱাৰ আত্মসংস্থাপনত বাধা দিয়া সংঘৰ সদ্যৰ বিৰুদ্ধে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাক লৈ সৰৱ হৈ পৰিছে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা। চাহিদা থকা বাবেই কোনো লোকক সুৰাৰ ব্যৱসায় কৰিবলৈ পৰামৰ্শ দিব নোৱাৰি। 

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি