মেট্ৰিকত সপ্তম স্থানপ্ৰাপ্ত নিকিতাই গালে ভূপেনদাৰ গীত

অসম12:49 PM IST May 15, 2019

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নিকিতা কলিতাৰ। পৰীক্ষাৰ ফলাফলত আনন্দিত নিকিতাই গালে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গান।

webtech_news18

শেহতীয়া লাইভ টিভি