সৰ্বানন্দ সোণোৱালৰ আছে ৬টা সন্তান! অসমৰ মুখ্যমন্ত্ৰীক লৈ NDTVৰ ভুৱা বাতৰি

অসমOctober 25, 2019, 15:48 IST

চৰকাৰীৰ চাকৰিৰ ক্ষেত্ৰত দুই সন্তান নীতিক সমালোচনা কৰিবলৈ গৈ NDTVৰ বাতৰি পৰিৱেশিকাই প্ৰকাশ কৰিলে ভুল তথ্য। সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬টা সন্তান আছে বুলি উল্লেখ কৰে বাতৰি পৰিৱেশিকা সোণাল মেহৰোত্ৰা কাপুৰে। পিছত টুইটাৰযোগে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰে বাতৰি পৰিৱেশিকাগৰাকীয়ে।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি