৩ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা পিতৃৰ সান্নিধ্য পাবলৈ ব্যাকুল ভাস্কৰ, VIDEO

অসমOctober 23, 2019, 11:40 IST

নাহৰকটীয়াৰ চাচনি গটং গাঁৱৰ ভাস্কৰজ্যোতি গগৈ নামৰ কিশোৰটিয়ে পিতৃক উভতি অহাৰ আহ্বানেৰে লিখিছে গীত। ৩ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল পিতৃ ধনতি গগৈ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি