চনম–ৰাতুলৰ মুখত জিলিকিল হাঁহি

অসম11:42 AM IST Jul 9, 2019

নগাঁৱৰ উৰিয়াগাঁও চ’কত উদ্ধাৰ হোৱা শিশু দুটিৰ দায়িত্ব ল’লে এগৰাকী মহিলাই। হৃদয়হীন পিতৃয়ে এৰি গৈছিল কণমানি দুটিক। বৰষুণত তিতি–বুৰি কান্দি থকা অৱস্থাত পুৱা উদ্ধাৰ কৰিছিল স্থানীয় লোকে।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading