সন্ধান ওলাল নগাঁৱত উদ্ধাৰ হোৱা শিশু দুটিৰ মাতৃৰ

অসম12:44 PM IST Jul 9, 2019

আজি পুৱা নগাঁৱৰ উৰিয়াগাঁও চ’কত উদ্ধাৰ হৈছিল দুটি কণমানি শিশু। পিতৃয়ে এৰি যোৱা শিশু দুটিক উদ্ধাৰ কৰিছিল স্থানীয় লোকে।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading