কি হ’ব জাগীৰোড আৰু কাছাৰ কাগজ কলৰ?

অসমMay 07, 2019, 22:17 IST

পুনৰ কাৰ্যক্ষম হ'ব জাগীৰোড আৰু কাছাৰ কাগজ কল। দিল্লীত মুখ্যমন্ত্ৰী সোণৱালে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ ঘোষণা কৰিছে যদিও আশ্বস্ত নহয় কাগজ কলৰ কৰ্মচাৰীসকল।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি