কেমেৰাৰ সন্মুখতে পিষ্টল দেখুৱাই নগা দুৰ্বৃত্তৰ গুণ্ডাকৰ সংগ্ৰহ

অসম08:37 PM IST Jun 12, 2019

দিন দুপৰতে হাতত মাৰণাস্ত্ৰ লৈ নগা দুৰ্বৃত্তৰ গুণ্ডাকৰ সংগ্ৰহ। কেমেৰাৰ সন্মুখতে পিষ্টল দেখুৱাই ব্যৱসায়ী, কৃষকক ভাবুকি দিয়াৰ ঘটনাই আতংকিত কৰি তুলিছে সীমান্ত বাসীক।

webtech_news18

শেহতীয়া লাইভ টিভি