মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

স্বগৃহলৈ অনা হ’ল বীৰ শ্বহীদ নীৰজ ছেত্ৰীৰ নশ্বৰ দেহ

অসম8:44 AM IST Jun 4, 2019

কিছু সময়ৰ পিছতেই সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব নীৰজ ছেত্ৰীৰ। ঝাৰখণ্ডত মাওবাদীৰ সৈতে সাহসিকতাৰে যুঁজি শ্বহীদ বৰণ কৰিছিল এই গৰাকী অসমৰ বীৰ সন্তানে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি