ৰাজনীতি ত্যাগ কৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে! কিয়? কেতিয়া? চাওক VIDEO

অসম11:48 AM IST Oct 16, 2019

এক সংবাদ মেলত কংগ্ৰেছ বিধায়কজনে কয় যে যদিহে আহি থকা উপ–নিৰ্বাচনত চাৰিওটা সমষ্টিত কংগ্ৰেছ নিজিকে তেন্তে ৰাজনীতি ত্যাগ কৰিব।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading