আকৌ জ্বলালে আছুৰ কাৰ্যালয়

অসম1:52 PM IST Aug 20, 2019

পুনৰ জ্বলাই দিলে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়। টিহুত নিশা দুৰ্বৃত্তই ছাত্ৰ সংগঠনৰ কাৰ্যালয়টোত অগ্নিসংযোগ কৰাত বিস্তৰ ক্ষতি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত।

| News18 Assam

শেহতীয়া লাইভ টিভি