মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

GMCH মন্ত্ৰী হিমন্ত বিশ্বৰ ছাডেন ভিজিট, কোঠাই কোঠাই খবৰ ল’লে ৰোগীৰ

অসম12:48 PM IST Jun 27, 2019

কেইবাঘণ্টা ধৰি চিকিৎসালয়খন পৰ্যবেক্ষণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একাংশ ৰোগীয়ে মন্ত্ৰীগৰাকীক জনালে ঔষধ নোপোৱাৰ কথা। হাস্পতালত কিয় পৰ্যাপ্ত ঔষধ নাই তাক লৈ অধীক্ষক ৰমেন তালুকদাৰক প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি