ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা

অসম12:09 PM IST Jun 25, 2019

থিতাতে নিহত নাৰ্জা খাকলাৰী নামৰ মহিলাগৰাকী। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহন আন ৩জন লোক। চাৰিলেনযুক্ত ঘাইপথৰ ডিফু বাইপাছত সংঘটিত হৈছে এই ঘটনা। মদাৰতলিৰ পৰা লংকালৈ গৈছিল শিল ভৰ্তি ডাম্পাৰখন। নিহত মহিলা গৰাকীৰ ঘৰ হাওৰাঘাটত।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading