লখিমপুৰৰ এই কণমানিটিৰ প্ৰতিভা দেখিলে তবধ মানিব আপুনি

অসম2:54 PM IST Jul 30, 2019

শিমলুগুৰিৰ ২নং নিমুৰী গাঁৱৰ এই কণমানিটিৰ নাম বিৰাট হাতীমুৰীয়া। মুখৰ মাত ভালদৰে ফুটাই নাই, কিন্তু নাগাৰা শিশুটিয়ে বজোৱা দেখিলে আচৰিত হ’ব।

| News18 Assam

শিমলুগুৰিৰ ২নং নিমুৰী গাঁৱৰ এই কণমানিটিৰ নাম বিৰাট হাতীমুৰীয়া। মুখৰ মাত ভালদৰে ফুটাই নাই, কিন্তু নাগাৰা শিশুটিয়ে বজোৱা দেখিলে আচৰিত হ’ব।

শেহতীয়া লাইভ টিভি