মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতা চাওক, সোণাৰিৰ ভেচেলীপথাৰত একাংশ লোকে হত্যা কৰিলে এটা নাহৰফুটুকী

অসম4:31 PM IST May 31, 2019

চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট ভেচেলীপথাৰ গাঁৱত একাংশ লোকে মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে। আজি নিলেশ্বৰ চাংমাই নামৰ এজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে। তাৰ পিছতে একাংশ লোকে খেদি খেদি হত্যা কৰে বাঘটো।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি