ডিব্ৰুগড়ত হাঁহ ধৰিবলৈ আহি ফান্দত পৰিল বনৰজা, চাওক VIDEO

অসমNovember 05, 2019, 10:53 IST

ডিব্ৰুগড়ৰ বলাই থান গাঁৱত এঘৰৰ হাঁহৰ গঁৰালত শিয়ালৰ বাবে পাতি থোৱা ফান্দত পৰিল এটা নাহৰফুটুকী। তাৰ পিছতে অঞ্চলটোত লাগিল হুৱাদুৱা। পুৱা বন বিভাগৰ লোক উপস্থিত হৈ ট্ৰেংকুলাইজ কৰে নাহৰফুটুকীটো।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি