মেট্ৰিক পৰীক্ষাত জিলিকি উঠিল জিলমিলিয়া সপোন দেখা মেঘাশ্ৰী বৰা

অসম11:42 PM IST May 15, 2019

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা নামৰ এইগৰাকী ছাত্ৰী, মেঘাশ্ৰীৰ সাফল্যক লৈ নাৰায়ণপুৰত এতিয়া আনন্দৰ লহৰ।

webtech_news18

শেহতীয়া লাইভ টিভি