মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

অপহৃত ব্যৱসায়ী অজিত দাসক গ্ৰেপ্তাৰ

অসম12:50 PM IST Jun 30, 2021

পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাসক। উল্লেখ্য যে, উদ্ধাৰৰ ২৪ ঘণ্টাৰ পিছতো আৰক্ষীয়ে ৰাখিছিল জিম্মাত।  এটা নগদ ধনৰ বেগৰ বাবেই কৰা হৈছিল অজিত দাসক অপহৰণ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি