যমুনামুখত সাংবাদিকক আক্ৰমণ বন মাফিয়াৰ

অসম2:46 PM IST Jun 24, 2019

অবৈধভাৱে শিল কঢ়িওৱা ট্ৰাকৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে সাংবাদিক আৰি কেমেৰা পাৰ্ছনক আক্ৰমণ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অভিযুক্তকেইজন ক্ৰমে নৰশ্বাদ আলী, পাপু ভূঞা, মীৰ হুচেইন, চাবিৰ আহমেদ আৰু ইব্ৰাহিম আলী। 

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading