দীপাৱলীৰ মাজতে যোৰহাটত অঘটন, জে বি কলেজৰ সন্মুখত ভয়ংকৰ অগ্নিকাণ্ড,Video

অসম7:04 PM IST Oct 27, 2019

বৰুৱা চাৰিআলিৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত হুৱাদুৱা লাগে স্থানীয় লোক সকলৰ মাজত। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে চহৰখন

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading