বিজেপিৰ কাৰণে বিশ্বস্ত অসমৰ এজন মহাৰথী

অসম11:49 AM IST May 23, 2019

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অসম তথা উত্তৰ–পূবৰ দায়িত্ব অৰ্পণ কৰি নিশ্চিন্ত হৈ আছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। প্ৰতিবাৰ নিৰ্বাচনত গেৰুৱা ধ্বজা উৰুওৱাত আটাইতকৈ বিচক্ষণ ভূমিকা গ্ৰহণ কৰি আহিছে ড০ শৰ্মাই।

webtech_news18

শেহতীয়া লাইভ টিভি