মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

ছেলফী উঠাত ব্যস্ত হিমন্ত বিশ্ব, মহিলাই ক’লে – ছাৰ, আমাক কাৰেণ্ট দিয়ক

অসম11:51 AM IST Oct 15, 2019

সোমবাৰে ৰঙাপৰাত এক নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে ৰাইজৰ সৈতে ছেলফি উঠাত ব্যস্ত হ’ল হিমন্ত বিশ্ব শৰ্মা। তাৰ মাজতে আজিও বিজুলিৰ পোহৰ নেদেখা একাংশ মহিলাই বিজুলি যোগান দিবলৈ দাবী জনালে মন্ত্ৰীগৰাকীক।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি