জনিয়া সমষ্টিক লৈ ইণ্টাৰেষ্টেড নহয় হিমন্ত বিশ্ব শৰ্মা, সংবাদমেলত কি ক’লে?

অসমOctober 23, 2019, 13:09 IST

উপ–নিৰ্বাচনক লৈ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় – জনিয়া সমষ্টিক লৈ মোৰ ইণ্টাৰেষ্ট নাই। জিকিলে জিকিব, হাৰিলে হাৰিব। ৰঙাপৰাত পূৰ্বতকৈ বৃদ্ধি পাব ভোটৰ পৰিমাণ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি