মহানগৰীৰ চিটীবাছত যুৱতী নিৰ্যাতনঃ কিন্তু কোন সঁচা, কোন মিছা?

অসম8:04 PM IST Jun 19, 2019

মহানগৰীত চিটীবাছত যুৱতী নিৰ্যাতনৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। এফালে যদি যুৱতীগৰাকীৰ হৈ মাত মাতিছে একাংশই আনফালে আকৌ অভিযুক্তৰ পক্ষ লৈছে এচাম লোকে।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading