মহানগৰীৰ চিটীবাছত যুৱতী নিৰ্যাতনঃ কিন্তু কোন সঁচা, কোন মিছা?

অসমJune 19, 2019, 20:04 IST

মহানগৰীত চিটীবাছত যুৱতী নিৰ্যাতনৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। এফালে যদি যুৱতীগৰাকীৰ হৈ মাত মাতিছে একাংশই আনফালে আকৌ অভিযুক্তৰ পক্ষ লৈছে এচাম লোকে।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি