পিতৃয়ে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলালে কন্যাক, চাওক ভিডিঅ’

অসম8:29 AM IST Aug 2, 2019

চামগুৰিৰ মোৱামাৰীত বুধবাৰে বিয়লি সংঘটিত হয় জঘন্য এই ঘটনা। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি। পিতৃ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি