পিতৃয়ে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলালে কন্যাক, চাওক ভিডিঅ’

অসমAugust 02, 2019, 08:29 IST

চামগুৰিৰ মোৱামাৰীত বুধবাৰে বিয়লি সংঘটিত হয় জঘন্য এই ঘটনা। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি। পিতৃ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি