মৰ্মন্তুদ! বৰপেটাত পথাৰত খন্দা পুখুৰীত পৰি মৃত্যু ৪ কিশোৰৰ

অসম7:01 PM IST Jul 3, 2019

মৃত অংকুৰ দাস, অংকুৰজ্যোতি দাস আৰু অজিত দাস । বৰ্তমানেও জানিব পৰা হোৱা নাই আন এটা কিশোৰৰ নাম। স্থানীয় লোকে উদ্ধাৰ কৰে ৪ কিশোৰৰ মৃতদেহ। 

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading