মুখ্যপৃষ্ঠা » ভিডিঅ » অসম

পুত্ৰৰ অত্যাচাৰত দুবাৰ ৰে’লৰ আগত জাঁপ দিছিল সন্দিকৈৰ অৱসৰপ্ৰাপ্ত অধ্যাপকে

অসম12:51 PM IST May 28, 2019

মই জীয়াই থাকি লাভ নাই, সেয়ে জাঁপ দিছিলো ৰে’লৰ আগত। পুত্ৰৰ অকথ্য নিৰ্যাতনৰ কাহিনী কৈ গ’ল ড০ নন্দেশ্বৰ ৰাজমেধিয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি