বানৰ আতংক, গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

অসম4:35 PM IST Jul 13, 2019

বানৰ কবলত শংকৰদেৱ আৰু আজানপীৰ উদ্যান। গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। গুৱাহাটীত বিপদসীমাৰ ২২ছেণ্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading