ৰাজ্যৰ চৌদিশে বানৰ সংহাৰী ৰূপ, এইপৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৮জনকৈ লোকে

অসম7:48 PM IST Jul 14, 2019

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলস্তৰ ফেনে ফোটোকাৰে বাঢ়ি অহাত নিতৌ প্লাৱিত হৈছে ন ন অঞ্চল। ঘৰ দুৱাৰ এৰি নিৰাপদ স্থান বিচাৰি উজনি নামনিত হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading