মুছলপুৰত জুই, ৪ লক্ষাধিক টকাৰ সামগ্ৰী ধ্বংস

অসমApril 30, 2019, 10:54 IST

 মুছলপুৰৰ কোৱাৰ্টাৰ চ’কত জুইৰ সূত্ৰপাত। অগ্নিকাণ্ডত তিনিখন দোকান জাহ যোৱাৰ লগতে ৪ লক্ষাধিক টকাৰ সামগ্ৰী নষ্ট হয়

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি