নিজৰ মৃত্যুৰ উৰাবাতৰি প্ৰচাৰক লৈ কি ক’লে অভিনেতা নিপন গোস্বামীয়ে?

অসম2:16 PM IST Jun 29, 2019

মই আচৰিত হৈছো যে এই কথাটো কিয় উলিয়ালে, কোনে উলিয়ালে। এইধৰণৰ উৰাবাতৰিৰ বাবে সজাগ হ’ব লাগে। এই সন্দৰ্ভত মোৰ বোৱাৰীয়ে এজাহাৰ দিছেঃ নিপন গোস্বামী

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading