ছিপাঝাৰত ৭৭,৪২০ বিঘা মাটিত বেদখল উচ্ছেদৰ বাবে যুদ্ধকালীন তৎপৰতা

অসমSeptember 20, 2021, 11:17 IST

দৰঙৰ গৰুখুঁটি কৃষি প্ৰকল্পত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান। শ শ নিৰাপত্তাৰক্ষীক লগত লৈ প্ৰশাসনে চলাব উচ্ছেদ। অঞ্চলটোৰ প্ৰায় ৭৭,৪২০ বিঘা মাটি দখলকাৰীৰ কবলত।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি