বনৰীয়া হাতী আৰু মানুহৰ খেদাখেদি, তাৰ পিছত....

অসমMay 20, 2019, 11:11 IST

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নুমলীগড়ত দেখা গ’ল এক শিহৰণকাৰী দৃশ্য। এবাৰ যদি হাতীক খেদিছে আনবাৰ হাতীয়ে খেদিছে মানুহক। হাতীয়ে চোঁচা লোৱা দৃশ্য বন্দী হ’ল কেমেৰাত।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি