দুধনৈত অভাৱনীয় পৰিস্থিতি, প্ৰচণ্ড বতাহ-ধুমুহাই গৃহহীন কৰিলে বহুলোকক

অসমApril 16, 2022, 12:21 IST

কেৱল গুৱাবাৰী গাঁৱতে ৫০ৰো অধিক লোকৰ ঘৰৰ ক্ষতিসাধন। ৪৮ ঘণ্টাৰ পিছতো খবৰ নাই প্ৰশাসনৰ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি