VIDEO: ডিপাৰ্টমেণ্টেল ষ্ট’ৰত চুৰি যুৱক-যুৱতীৰ, চাওক CCTVৰ দৃশ্য

অসম3:49 PM IST Jun 5, 2019

বিপনীখনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ৩১ মে’তো যুৱক-যুৱতীয়ে সংঘটিত কৰিছিল চুৰিকাণ্ড। যুৱকজনে cctv কেমেৰা ঢাকি চুৰিকাৰ্যত সহায় কৰে যুৱতীগৰাকীক। প্ৰায় ১৫ হাজাৰ টকাৰ সামগ্ৰী লৈ গৈছিল ৩১ মে’ত।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি