RTI কৰ্মী দুলাল বৰাৰ কইনাধৰাৰ বাসগৃহত CIDৰ অভিযান, চাওক VIDEO

অসম6:23 PM IST Jan 11, 2020

ৰেঞ্জাৰ ৰবীন বৈশ্যই দুলাল বিৰুদ্ধে তৰিছিল গোচৰ। দুলাল বৰাই ৰবীন বৈশ্যক ১০ লাখ টকা দাবী কৰাৰ অভিযোগ। ৰবীন বৈশ্যৰ গোচৰৰ ভিত্তিতে অভিযান চলায় CID–এ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি