মহানগৰীৰ বেংকত ডকাইতি, CCTV বন্দী সমগ্ৰ দৃশ্য, চাওক VIDEO

অসম6:19 PM IST Jun 29, 2019

বেংকত কেছ মেম’ কাটি থকাৰ সময়তে ধন লৈ উধাও। ২৬ জুনৰ দিনাই ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু। ডকাইতিৰ বাবে ৩জন লোক আহিছিল বেংকলৈ দুজন বেংকত সোমাইছিল, এজনে বাইক লৈ ৰৈ আছিল। পইচা লৈয়ে বাইকত উঠি পলাইছিল দুটা ডকাইত। এজনে খোজকাঢ়ি বেংকৰ পৰা পলায়ন কৰিছিল।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading