বৰক্ষেত্ৰীৰ কাপলাবড়িত ৰাজপথত জ্বলিল যাত্ৰীবাহী ট্ৰেভেলাৰ

অসম3:10 PM IST Aug 7, 2019

হাজো-মুকালমুৱা পথত সংঘটিত হয় এই ঘটনা। কথমপি প্ৰাণৰক্ষা ট্ৰেভেলাৰত থকা যাত্ৰীসকলৰ। যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত এই ঘটনা।

| News18 Assam

হাজো-মুকালমুৱা পথত সংঘটিত হয় এই ঘটনা। কথমপি প্ৰাণৰক্ষা ট্ৰেভেলাৰত থকা যাত্ৰীসকলৰ। যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত এই ঘটনা।

শেহতীয়া লাইভ টিভি