জুবিনে কিদৰে ক্ষমা খুজিলে ক্ষান্ত হ’ব ব্ৰাহ্মণ সমাজ?

অসম5:45 PM IST Jul 30, 2019

এতিয়াও অৱসান ঘটা নাই জুবিন গাৰ্গে কৰা মন্তব্যৰ বিতৰ্কৰ। সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে ক্ষমা খোজা বিষয়টো মানি লোৱা নাই ব্ৰাহ্মণ সমাজে। সংবাদমেলত ব্ৰাহ্মণ সমাজে কয় এনেদৰে ক্ষমা খুজিলে কোনো কাৰণতে মানি লোৱা নহ’ব। লিখিতভাৱে দিলেহে বিচাৰ কৰা হ’ব বিষয়টো।

| News18 Assam

শেহতীয়া লাইভ টিভি